Tag: TATA

Browse our exclusive articles!

No posts to display

Popular

Expanding Assam’s Air Network: যোৰহাট, ডিব্ৰুগড়, উত্তৰ লখিমপুৰৰ পৰা পোনপোটীয়া বিমান উৰিব দিল্লীলৈ

অচিৰেই যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়া বিমানসেৱা।(Expanding Assam's Air Network)ইণ্ডিগ'য়ে আৰম্ভ কৰিছে দিল্লী-যোৰহাটৰ পোনপটীয়া বিমান সেৱা।

Himanta Biswa Sarma: কামৰূপ, কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ আজি

কামৰূপ, কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ আজি।(Himanta Biswa Sarma)কিয়নো বৰষুণ কমিলেও দুৰ্দশা কমা নাই তেনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ, কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ আজি।

Strom: কলিয়াবৰত ধুমুহাই প্ৰাণ ল’লে এজনৰ

কলিয়াবৰত ধুমুহাই প্ৰাণ ল'লে এজন যুৱকৰ।(Strom) ধুমুহাত গছৰ ডাল ভাঙি কৰুণ মৃত্যুক সাৱটি ল'লে এজন যুৱকে। কলিয়াবৰ সমজিলাৰ উলুৱনি আৰক্ষী নীৱেশৰ সমীপত সংঘটিত হয় কৰুণ দুৰ্ঘটনাটো।

Guwahati Landslide: গুৱাহাটীত ভূমিস্খলনত তিনিজনকৈ লোকৰ মৃত্যু

গুৱাহাটীত বান-ভূমিস্খলনৰ ভয়াৱহ ৰূপ। (Guwahati Landslide)গুৱাহাটীত ভূমিস্খলনত তিনিজনকৈ লোকৰ মৃত্যু। বোন্দাৰ চপাইদঙত মহিলা, শিশুসহ ৩জনৰ মৃত্যু।

Subscribe

spot_imgspot_img