Breaking

Browsing Tag

TATA

অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া’ত নিযুক্তি ভাৰতৰ শীৰ্ষ উদ্যোগপতি ৰতন টাটাৰ…

অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেলে ঘোষণা কৰিছে যে ভাৰতৰ শীৰ্ষ উদ্যোগপতি ৰতন টাটাক অষ্ট্ৰেলিয়া-ভাৰত সম্পৰ্ক বিশেষকৈ বাণিজ্য, বিনিয়োগ আৰু দান-বৰঙণিৰ বিশিষ্ট সেৱাৰ বাবে ‘অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া’ত নিযুক্তি দিয়া হৈছে। ২০২২ চনলৈকে টাটা সন্সৰ
Read More...

ভাৰত চৰকাৰে ৰতন‌ টাটাক পি এম কেয়াৰ্ছ ফাণ্ডৰ ট্ৰাষ্টী হিচাপে নিযুক্তি প্ৰদান কৰিছে…

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডত এক অত্যাৱশ্যকীয় উপাদান হিচাপে যোগদান কৰাৰ বাবে ট্ৰাষ্টীসকলক আন্তৰিক ধন্যবাদ জনাই। পিএম কেৰিছ ফাণ্ডৰ আন ট্ৰাষ্টীসকল হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী
Read More...