Tag: Ukraine

Browse our exclusive articles!

‘তৃতীয় বিশ্বযুদ্ধ নহ’ব ঘোষণা কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে…

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে মঙলবাৰে বাৰ্ষিক গোল্ডেন গ্ল’ব বঁটা প্ৰদান অনুষ্ঠানত ভাৰ্চুৱেলি উপস্থিত হৈ কয় যে “তৃতীয় বিশ্বযুদ্ধ নহ’ব” কাৰণ ইউক্ৰেইনৰ ৰাছিয়াৰ সৈতে চলি...

ইউক্ৰেইনক আক্ৰমণৰ বাবে সাজু ৰাছিয়া! আটলাণ্টিক মহাসাগৰত ৰাছিয়াই নতুন হাইপাৰছ’নিক মিছাইল কৰিছে নিয়োগ

ইউক্ৰেইনত বৃহৎ আক্ৰমণৰ বাবে সাজু হৈছে ৰাছিয়া! পুটিনে হাইপাৰছ’নিক মিছাইল নিয়োগ কৰিছিল।এই অস্ত্ৰসমূহ নিয়োগ কৰাৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰতিৰক্ষা...

ইউক্ৰেইনৰ বিমান আক্ৰমণত ৮৯ জন ৰাছিয়ান সেনা নিহত ! এই মৃত্যুৰ বাবে দায়ী ৰাছিয়াৰ সৈন্য; কিয়…

ইউক্ৰেইনৰ আক্ৰমণত ৮৯ জন সৈনিক নিহত, ৰাছিয়াই নিজৰ সৈনিকক জগৰীয়া কৰিলে! কিয় জানেনে-ৰাছিয়াই কয়, ইউক্ৰেইনৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও ৮৯ জন সৈনিক নিহত হয় কাৰণ...

ৰাছিয়া-ইউক্ৰেইন যুদ্ধঃ কিয়ভ আৰু পূব ইউক্ৰেইনত ড্ৰ’ন আক্ৰমণ অব্যাহত…

ৰাছিয়াৰ পৰা ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ শেহতীয়া ঢৌ অব্যাহত থকাৰ সময়তে দেওবাৰে নিশা কিয়ভত বিমান আক্ৰমণৰ ছাইৰেন বাজি উঠে। মাজনিশাৰ কিছু সময়ৰ পূৰ্বে আৰম্ভ...

ইউক্ৰেইনৰ যুদ্ধত জড়িত সকলো পক্ষৰ সৈতে আলোচনাত বহিবলৈ সাজু ৰাছিয়া…

ইউক্ৰেইনৰ যুদ্ধত জড়িত সকলো পক্ষৰ সৈতে আলোচনাত বহিবলৈ সাজু ৰাছিয়া। কিন্তু ইউক্ৰেইন আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰশক্তিয়ে আলোচনাত বহাৰ প্ৰস্তাৱ নাকচ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ...

Popular

মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika

মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika

‘মাৰাঠী নাহি বলুংগা’ …ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সেনা (ইউবিটি)ৰ কৰ্মী ৰোষত পৰিল অটোৰিক্সা চালক ।Marathi Bol Nahi toh Pitai ! Language Dispute in Maharashtra

Marathi Bol Nahi toh Pitai ! Language Dispute in Maharashtra । মহাৰাষ্ট্ৰত পুনৰ মূৰ দাঙি উঠিছে মাৰাঠী ভাষা কোৱা নোকোৱাকলৈ বিতৰ্ক। শেহতীয়াকৈ ‘মাৰাঠী নাহি বলুংগা’ বুলি এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে । সেনা (ইউবিটি)ৰ কৰ্মী ৰোষত পৰিল এজন বাহিৰৰ অটোৰিক্সা চালক। অভিযোগ উত্থাপন হৈছিল যে প্ৰব্ৰজনকাৰী অটোৰিক্সা চালকজনে ইয়াৰ পূৰ্বেও মাৰাঠী ভাষা, মহাৰাষ্ট্ৰ, মাৰাঠী বীৰ পুৰুষসকলৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল।

ম্যানমাৰস্থিত আলফা (স্বা)-ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ । ULFA

ম্যানমাৰস্থিত আলফা (স্বা)-ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ । ULFA। ১৩ জুলাই নিশা, ম্যানমাৰস্থিত আলফা (স্বা)-ৰ এক গুৰুত্বপূৰ্ণ শিবিৰত ১০০ ৰো অধিক ড্ৰ’ণ আৰু মিছাইলৰ জড়িয়তে ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। আলফা (স্বা)-ৰ দাবী অনুসৰি, এই আক্ৰমণ ভাৰতীয় সেনাই চলাইছিল। এই আক্ৰমণত সংগঠনৰ উচ্চপদস্থ নেতা লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ মৃত্যুঘটে। তাৰ পাছতেই হোৱা আন এক মিছাইল আক্ৰমণত ব্ৰিগেদিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসমৰ মৃত্যু হয় বুলি সংগঠনে দাবী কৰে।

ULFA-I :ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোণ আক্ৰমণৰ ঘটনাত জড়িত নহয় অসম আৰক্ষী

ULFA-I :ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোণ আক্ৰমণৰ ঘটনাত জড়িত নহয় অসম আৰক্ষী

Subscribe

spot_imgspot_img