USTM-ত অনুষ্ঠিত হ’ল Parents-Management Meet: পিতৃ-মাতৃ আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বন্ধন অধিক দৃঢ় কৰিবলৈ শক্তিশালী পদক্ষেপ । University of Science and Technology Meghalaya (USTM)
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(Yoga and mental stress relief)গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মূখ্য কাৰ্যালয় চৌহদত ২৩ মে'ত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক এক শিবিৰ অনুষ্ঠিত হয়।