September 20, 2023 ‘সাৱধানতা অৱলম্বন কৰক’ ! কানাডাত বসবাস কৰা ভাৰতীয়সকলক পৰামৰ্শ ভাৰত চৰকাৰৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ‘সাৱধানতা অৱলম্বন কৰক’। কানাডাত বসবাস কৰা ভাৰতীয়সকলক পৰামৰ্শ ভাৰত চৰকাৰৰ। হৰদ্বীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডত ভাৰত জড়িতৰ অভিযোগত লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা অচলাৱস্থাৰ মাজতে এই আহ্বান চৰকাৰৰ। Author: দৈনন্দিন বাৰ্তা Related Articles ৬০০জনলৈ বৃদ্ধি নেপালৰ প্ৰলয়ত মৃতকৰ সংখ্যাঃ প্ৰায় ২ হাজাৰ লোকৰ এতিয়াও নাই সন্ধান দৈনন্দিন বাৰ্তা - August 29, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026