ডেউকা শিক্ষক মহামান্য বঁটা ২০২১

আজি স্বেচ্ছাসেৱী সংস্থা “ডেউকা”ৰ ফালৰ পৰা শিক্ষাৰ জগত খনৰ লগত নিৰলস প্ৰচেষ্টাৰে ব্ৰতী হৈ থকা নলবাৰী জিলাৰ বৰক্ষেত্ৰী অঞ্চলৰ টেঘ্ৰেটাৰী গাওঁৰ নিবাসী মুকালমুৱাস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ ভবিন চন্দ্ৰ বৰ্মন দেৱক এইবছৰৰ “Teachers Excellency Award 2021″প্ৰদান কৰা হয়।

Related Articles