Breaking

আজিৰে পৰা আৰম্ভ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান…

0 102

ৰাজ্যৰ স্বাস্থ্যখণ্ডত আন এক যুগান্তকাৰী পদক্ষেপ। আজিৰে পৰা আৰম্ভ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান।

৩০০ শিক্ষাৰ্থীয়ে আজিৰে পৰা আনুষ্ঠানিকভাৱে পাব পাঠদানৰ সুবিধা। পাঠ্যক্ৰম, আন্তঃগাঁথনিৰে সাজু মহাবিদ্যালয়

কৰ্তৃপক্ষ। নগাঁও চিকিৎসা মহাবিদ্যালয়, নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব পাঠদান।

Leave A Reply