ভাৰত বাংলা সীমান্ত বিননাছোৰা,বালাডোবাত উত্তেজনা : BSF ৰ কাৰ্য্যত অসন্তুষ্ট অঞ্চলবাসী

ভাৰত বাংলাৰ মূল সীমাৰ পৰা দুই কিলোমিটাৰ ভিতৰত  কাঁইটীয়া তাৰৰ বেৰ BSF ৰ ।কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি জিৰো পইণ্টৰ পৰা 150 মিটাৰৰ ভিতৰত হব লাগে কাঁইটীয়া তাৰৰ বেৰ। কিন্তু প্ৰায় দুই কিলোমিটাৰ ভিতৰত কাঁইটীয়া তাৰৰ বেৰ দিয়া লৈ আপত্তি স্থানীয় গাঁও বাসীৰ।গাঁওবাসীৰ অভিযোগত গুৰুত্ব নিদি একেদিনাই শ শ BSF এ এইদৰে কাঁইটীয়া তাৰ বেৰ নিৰ্মান কৰিলে।কাঁইটীয়া তাৰ দি গংগাধৰ নদীৰ লগতে হেজাৰ হেজাৰ বিঘা কৃষিভূমি আগুৰি দিলে।যাৰ ফলত এটুপি খোৱা পানী, খেতি কৰিবলৈ BSF অনুমতি লৈহে যাব লাগিব ।

Related Articles