Terrorist Asif Sheikh House blast: সন্ত্ৰাসবাদী আছিফ শ্বেখৰ ঘৰত সেনাৰ বিস্ফোৰণ, উৰুৱাই দিলে ঘৰ

পেহেলগাম ঘটনাত জড়িত সন্ত্ৰাসবাদীৰ ঘৰ তচনছ।(Terrorist Asif Sheikh House blast)

ভাৰতীয় সেনাই উৰুৱাই দিলে আছিফ শ্বেখৰ ঘৰ।

দুধৰ্ষ আদিল টৌকৰৰ ঘৰতো ভাৰতীয় সেনাৰ হাল্লা বোল।

লস্কৰ-ই-তৈবাৰ সদস্য আছিফ শ্বেইখ।

পহলগামৰ ঘটনাত জড়িত আছিল আছিফ শ্বেইখ।

বিহাৰৰ মাটিৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে সন্ত্রাসবাদীয়ে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি পাব৷

এতিয়া ভাৰতীয় সেনাই পেহেলগামৰ প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰিছে।

সন্ত্ৰাসবাদী আছিফ শ্বেফৰ ঘৰ উৰুৱাই দিলে সেনাই।

Related Articles