Breaking

পাকিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ১০জন আৰক্ষী জোৱানৰ মৃত্যু; ৬ জন আহত…

0 43

পাকিস্তানত আকৌ সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ।


৫ ফেব্ৰুৱাৰীৰ পুৱতিনিশা এখন থানাত ধাৰাসাৰ গুলীবৰ্ষণ সন্ত্ৰাসবাদীৰ।


সন্ত্ৰাসবাদীৰ গুলীত এইপৰ্যন্ত ১০জন আৰক্ষী জোৱানৰ মৃত্যু, ৬ জন আহত।


খাইবাৰ পাখতুনখোৱা প্ৰদেশত এই ঘটনা।


ডেৰা ইছমাইল খান জিলাৰ চৌধুৰীৱান থানাত অতৰ্কিত আক্ৰমণ।


৩০জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে থানা ঘেৰি লৈ চলায় আক্ৰমণ।


আনহাতে ৮ ফেব্ৰুৱাৰীত দেশখনত সাধাৰণ নিৰ্বাচন।

Leave A Reply