Breaking

পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ

0 1,024

পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ

৭ জন সাধাৰণ লোকৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদী

জম্মু কাশ্মীৰৰ চুপিয়ান এলেকাত সন্ত্ৰাসবাদী আক্ৰমণ

ঘটনাৰ পাছতে নিৰাপত্তাৰক্ষীৰ তীব্ৰ অভিযান

আহত পণ্ডিত গৰাকীৰ নাম চুনু কুমাৰ বালাজী

এই ঘটনাত আহত ৪ জন শ্ৰমিক আৰু দুজন CRPF জোৱান

সকলোকে ভৰ্তি কৰোৱা হৈছে শ্ৰী নগৰৰ হাস্পতালত

Leave A Reply