আজি ঘোষণা হ’ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল

টেট পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ।(Tet Cum Recruitment Test)

আজি ঘোষণা হ’ব TET-cum-Recruitment পৰীক্ষাৰ ফলাফল।

আজি ঘোষণা হ’ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল।

সম্পূৰ্ণ নতুন পদ্ধতিৰে ঘোষণা হ’ব চূড়ান্ত ফলাফল।

চূড়ান্ত ফলাফল ঘোষণাৰ পূৰ্বে সম্পন্ন হ’ব নথি পৰীক্ষণ প্ৰক্ৰিয়া।

স্নাতক পৰ্যায়ৰ শিক্ষক পদৰ বাবে সম্পন্ন হ’ব নথি পৰীক্ষণ।

দিনৰ ১১ বজাৰ লগে লগে ঘোষণা হ’ব স্নাতক পদৰ টেট নিযুক্তি পৰীক্ষাৰ ফলাফল।

Related Articles