Breaking

ৰাজ্যত অহা দুবছৰৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত নহয় – শিক্ষামন্ত্ৰী ৰণোজ পেগু…

0 72

টেট শিক্ষক – শিক্ষয়িত্ৰী হোৱাৰ‌ আশা যিসকলে ৰাখিছিল সেই আশা পূৰ্ণ নহয় অহা দুবছৰলৈ । শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এটি বৃহৎ ঘোষণা কৰিলে ।


ৰাজ্যত অহা দুবছৰৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত নকৰাৰ । যাৰ ফলত এতিয়া অসমত হাহাকাৰ পৰিবেশ। কিয়নো এবছৰত বহু শিক্ষাৰ্থীয়ে টেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল

কিন্তু অৱশেষত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে যে ৰাজ্যত‌ অহা দুবছৰলৈ টেট পৰীক্ষা অনুষ্ঠিত কৰা নহ’ব ।

Leave A Reply