Tezpur News: ৰাজ্যৰ বহুমুখী প্ৰতিভাধৰ শিল্পী চৌকত আলীৰ দেহাৱসান

ৰাজ্যখনৰ বহুমুখী (Tezpur News) প্ৰতিভাধৰ শিল্পী, প্ৰসিদ্ধ চিত্ৰশিল্পী ক্ৰীড়াবিদ, চলচ্চিত্ৰ অভিনেতা, আলোকচিত্ৰ শিল্পী, প্ৰকৃতিপ্ৰেমী তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ দৌৰি থকা গঁড়ৰ প্ৰতীকপট অংকণ কৰা, তেজপুৰ ফটোগ্ৰাফী ক্লাবে “গুণাকৰ “উপাধিৰে বিভূষিত কৰা চৌকত আলী আৰু নাই ।

শুক্ৰবাৰে নিশা প্ৰায় ২ বাজি ৩০ মিনিটত তেজপুৰৰ পৰোৱাৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত তেজপুৰৰ গৌৰৱ গৰাকীৰ বিয়োগত শোকৰ ছাঁ পৰে ।

Related Articles