Tezpur News: উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প বিষয়া পাৰ্থ প্ৰতিম শৰ্মা

তেজপুৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷(Tezpur News)

হাতে-লোটে গ্রেপ্তাৰ পাৰ্থ প্রতিম শৰ্মাক।

৫০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প বিষয়া।

তেজপুৰ পৰোৱা চাৰিআলিত চলোৱা এই অভিযানত শোণিতপুৰ জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প বিষয়া পাৰ্থ প্ৰতিম শৰ্মাৰ পৰা পঞ্চাশ হাজাৰ টকা জব্দ কৰে৷

উক্ত বিভাগৰে এজন কৰ্মচাৰীক বদলিৰ নামত উৎকোচ লওতে হাতে লোটে ধৰে দুৰ্নীতি নিবাৰক শাখাই৷

অভিযুক্তক জেৰা অঅব্যাহত ৰাখিছে৷

Related Articles