তেজপুৰত ব্যতিক্ৰমী ৰূপত সৰস্বতী পূজা৷(Tezpur News)
অসমীয়া পৰম্পৰাগত সাজত সজোৱা হৈছে বাগদেৱীক৷
চাদৰ-মেখেলাৰ লগতে পৰম্পৰাগত অসমীয়া গহণাও পৰিধান কৰোৱা হৈছে৷
লগতে শ্ৰদ্ধা জনোৱা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক৷
দেৱী সৰস্বতীৰ লগত সমানে স্থান লাভ জুবিন গাৰ্গৰ৷
জুবিন গাৰ্গৰ “কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে” আপ্তবাক্যশাৰীৰে মেচেজ দিয়াৰ প্ৰয়াস৷
কিতাপৰ লগতে পূজাথলীত শাৰী শাৰীকৈ আঁৰি দিয়া হৈছে বৰ্ণমালা ৷
আধ্যাত্মিকতাৰেপূজাৰ আয়োজন তেজপুৰ ঊষা নগৰবাসীৰ৷

