Breaking

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া…

0 32

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ২০২২-২৩ বৰ্ষৰ পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া।

বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বোম্বে নেচাৰেল হিষ্টী ছ’চাইটিৰ

সহযোগত এই পঞ্চম জলচৰ পক্ষী গণনা সম্পন্ন হ’ব।

Leave A Reply