Breaking

অষ্টম ৰাষ্ট্ৰীয় পেৰা বচিয়া চেম্পিয়নশ্বিপৰ বাবে অসম দল ৰাওনা

0 24

গোৱালিয়ৰত ৭ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত লগা অষ্টম ৰাষ্ট্ৰীয় পেৰা বচিয়া চেম্পিয়নশ্বিপৰ বাবে অসম দল ইতিমধ্যে ৰাওনা হৈছে।

২৪ জানুৱাৰীত গুৱাহাটীৰ আদাবাৰীৰ উদয়াচলত অনুষ্ঠিত ৰাজ্যিক পাৰা বচিয়া বাছনি পৰীক্ষাৰ ভিত্তিত অসম দল গঠন কৰা হয়।

২০২৪ চনৰ অষ্টম ৰাষ্ট্ৰীয় পেৰা বচিয়া চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত খেলুৱৈসকল হৈছে

১) জগদীশ বসুমতাৰী

২) ৰাহুল ৰবি দাস

৩) অংকুশ বৈশ্য

৪) সৌৰভ ঠাকুৰ

৫) ৰীতা দাস

৬) প্ৰত্যাশী কাশ্যপ

৭) সন্ধ্যা ভূমিজ

৮) প্ৰিয়া দেৱী শৰ্মা

দলৰ মেনেজাৰ আৰু প্ৰশিক্ষকসকল

ক) সুব্ৰত দাস (প্ৰশিক্ষক তথা এথলীট এস্কৰ্ট)

খ) পূজা দেৱী শৰ্মাহ (টিম মেনেজাৰ তথা এথলীট এস্কৰ্ট)

গ) সুব্ৰত দাস (পুৰুষ প্ৰশিক্ষক তথা এথলীট এস্কৰ্ট) ।

Leave A Reply