আজিৰে পৰা বিধানসভাৰ শৰত্কালীন অধিৱেশন…

আজিৰে পৰা বিধানসভাৰ শৰত্কালীন অধিৱেশন।

পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন।

প্ৰথম বাৰৰ বাবে বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ’ব অধিৱেশন খন।

অধিৱেশনত উত্থাপন কৰা হ’ব কমেও ২৩খন বিধেয়ক।

পঞ্চায়তীৰাজ সংশোধন বিল, কেইবাখনো মহাবিদ্যালয় বিশ্ব বিদ্যালয়লৈকে ৰূপান্তৰ কৰাকে ধৰি অন্যান্য বিভাগৰ কেইবাখনো গুৰুত্বপূৰ্ণ বিল অধিবেশনত উত্থাপন কৰা হ’ব।

Related Articles