September 5, 2023 পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ Share FacebookTwitterWhatsAppTelegramKooEmail পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ। বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ গঁড়টো। অক্ষত অৱস্থাত আছে খৰ্গটো। ইতিমধ্যে পবিতৰাৰ বন বিভাগে উদ্ধাৰ কাৰ্য চলাইছে ৷ Related Articles গোগামুখ উন্নযন সমিতিৰ উদ্যোগ, ২৫ মে’ত সচেতন নাগৰিক সভা । Gogamukh দৈনন্দিন বাৰ্তা - May 23, 2025 Shrinkhal Chaliha: শৃংখলক সাক্ষাৎ কৰিবলৈ নিদিলে লুৰিণজ্যোতি গগৈক দৈনন্দিন বাৰ্তা - May 23, 2025 Indian delegations meet Japan, UAE: পাকিস্তানক শলঠেকত পেলাবলৈ সংযুক্ত আৰব গণৰাজ্য, জাপানত ভাৰতৰ প্ৰতিনিধি দল, দুয়োখন দেশৰ বিষয়াৰ সৈতে বৈঠক দৈনন্দিন বাৰ্তা - May 23, 2025