Breaking

ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৰাহুল দাসৰ মৃতদেহ উদ্ধাৰ…

0 51

ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৰাহুল দাসৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল ৰাহুল দাস।

পুৱাৰে পৰা চূণচালি ঘাটত চলিছিল উদ্ধাৰ অভিযান। শুকুৰবাৰে আন দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিছিল SDRF-এ।

উদ্ধাৰ হৈছিল দেৱজিত ভূঞা আৰু কোকিল কলিতাৰ মৃতদেহ। ৩ যুৱকৰ ঘৰ মহানগৰীৰ চানমাৰিৰ অমিয় নগৰত।

Leave A Reply