June 25, 2024 ভক্তৰ সমাগমেৰে উখল-মাখল নীলাচলৰ বুকু! আজি অন্তিম দিন অম্বুবাচী মহাযোগৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ভক্তৰ সমাগমেৰে উখল-মাখল নীলাচলৰ বুকু। আজি অম্বুবাচী মেলাৰৰ অন্তিম দিন। নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি। কাইলৈ পুৱা ভক্তৰ বাবে খোলা হ’ব মন্দিৰৰ দুৱাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা দৈনন্দিন বাৰ্তা - September 4, 2026 অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026