হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ভাল খবৰ।
নাজিৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।
ৰাজ্যত পুনৰ মুকলি হ’ব চাকৰিৰ বিজ্ঞাপন।
‘জুন-জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ হ’ব’।
‘তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব’।
নতুনকৈ ৩৫ হাজাৰ চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।

