মন্ত্ৰী-আমোলা, বিষয়াৰ বাসগৃহত প্ৰিপেইড মিটাৰ সংলগ্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী…

মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াৰ দৰমহাৰ পৰা অতি নামমাত্ৰ মাহিলী বিদ্যুৎ বিল কৰ্তন কৰা হয়।


মন্ত্ৰীৰ কলনীত থকা বাসগৃহকে ধৰি প্ৰতিটো চৰকাৰী কোৱাৰ্টাৰত ব্যক্তিগত প্ৰিপেইড মিটাৰ সংলগ্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।


এই ব্যৱস্থাৰ লক্ষ্য হৈছে মন্ত্ৰী, বিষয়া বা চৰকাৰী কৰ্মচাৰীয়ে যাতে কোনো ধৰণৰ ৰাজসাহায্যযুক্ত বিদ্যুৎ লাভ নকৰে।


মন্ত্রী, বিষয়াৰ বিদ্যুতৰ বিল সম্পৰ্কত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ পোষ্ট Xত।

Related Articles