ছছিয়েল মিডিয়াত মূখ্য মন্ত্ৰীক গালি পাৰি ৰঙা ঘৰৰ আলহী হল ছাত্ৰ মুক্তিৰ জিলা সভাপতি ফেৰদৌছ আলী জিন্না

ছছিয়েল মিডিয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি যোৱা নিশা মৰিগাঁও জিলা ছাত্ৰ মুক্তি সমিতিৰ কাৰ্যকৰী সভাপতি গ্ৰেপ্তাৰ হয় তেওঁৰ নিজ বাসভৱন টেঙাগুৰিৰ পৰা । ছাত্ৰ মুক্তিৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতিক ফিৰদৌজ আলী জিন্নাহক আটক আৰক্ষীৰ ।সমাজিক মাধ্যমত মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা কৰাৰ অপৰাধত মৰিগাঁও আৰক্ষীয়ে নিশা হাতীলৰুৱা পথাৰ  বাস গৃহৰ পৰা লআটক কৰে ছাত্ৰ মুক্তিৰ নেতাজনক । তেওঁ শেহতীয়াভাবে মূখ্যমন্ত্ৰী শমাই ঘোষণা কৰা আচনি সন্দৰ্ভত সমালোচনা কৰিবলৈ গৈ মূখ্যমন্ত্ৰ  তথা , অন্যান্য মন্ত্ৰী সকলক দৌৰাই দৌৰাই পিটিব লাগে বুলি মন্তব্য কৰিছিল ।

Related Articles