এইবাৰ মহানগৰীৰ হাতীগড় চাৰিআলিত ফুটিল পানীৰ পাইপ

মহানগৰীত পুনৰ ফুটিল জাইকাৰ পানীৰ পাইপ৷

এইবাৰ হাতীগড় চাৰিআলিত ফুটিল পানীৰ পাইপ।

পানীৰ পাইপ ফুটি জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চল।

সমগ্ৰ অঞ্চলজুৰি হাহাকাৰময় পৰিৱেশ

Related Articles