Breaking

কাকপথাৰ দ-পথাৰত আলফা(স্বা) আৰু সেনাবাহিনীৰ মাজত সংৰ্ঘষ…

0 64

কাকপথাৰ দ-পথাৰত প্ৰচণ্ড গুলীয়াগুলী । আলফা(স্বা) আৰু সেনাবাহিনীৰ মাজত সংৰ্ঘষ

আলফা (স্বা)ৰ দুৰ্ধষ সদস্য ৰূপম অসমৰ নেতৃত্বত ৬জনীয়া দলৰ সৈতে সংঘৰ্ষ

দুয়োপক্ষৰ গুলীয়াগুলী, গ্ৰেণ্ডেড বিস্ফোৰণ

আলফা(স্বা)ৰ সদস্য আহত হোৱাৰ সন্দেহ

ভাৰতীয় সেনাৰ আসাম ৰেজিমেন্টৰ কাকপথাৰ, ডিৰাক কেম্পৰ সেনাৰ সৈতে অভিযান অব্যাহত

Leave A Reply