কাছাৰত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ…

আকৌ আহিল ক’ভিডৰ নিয়ম।ক’ভিডৰ ভয়াৱহ সংক্ৰমণ কাছাৰত জৰুৰী নিৰ্দেশ।আকৌ আহিল ক’ভিডৰ নতুন নিয়ম।কাছাৰত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।ক’ভিডৰ সংক্ৰমণ বৃদ্ধিক লৈ কঠোৰ কাছাৰ প্ৰশাসন।

ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ বাবে কাছাৰত দিছে জৰুৰী নিৰ্দেশ।কাছাৰ প্ৰশাসনে জাৰি কৰিলে ৮টা নতুন নিয়ম।ক’ভিডৰ সংক্রমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিন্ধান্ত কাছাৰ প্ৰশাসনৰ।কাছাৰত মাস্ক পৰিধানক লৈ জাৰি কৰিছে এই নিৰ্দেশনা।জিলাখনত মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে।ৰাজহুৱা স্থানত সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।ছেনিটাইজাৰ, মাস্ক, সামাজিক দূৰত্ব মানি চলাৰো নিৰ্দেশ দিছে।পেট্ৰ’ল পাম্পেও মানি চলিব লাগিব ক’ভিডৰ নতুন নিয়ম।

Related Articles