দুদিনীয়াকৈ আৰম্ভ দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সাংবাদিকতাৰ কৰ্মশালা।



DB Media Entertainment Instituteৰ উদ্যোগত এই কৰ্মশালা শনিবাৰৰ পৰা আৰম্ভ হৈছে।
মহানগৰীৰ বামুণীমৈদামত দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰ্মশালাত ৰাজ্যৰ বহুকেইখন জিলাৰ সাংবাদিকে অংশগ্ৰহণ কৰিছে।