ধুবুৰী-বঙাইগাঁও সীমান্তবৰ্তী তালগুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা
1109 মালবাহী ট্ৰাক আৰু মালবাহী কণ্টেনাৰৰ মাজত মুখামুখি সংঘৰ্ষ
ফলত 1109 মালবাহী ট্ৰাকখনৰ চালক কলিমুদ্দিন আহমেদ ঘৰ বৰপেটা জিলাৰ মন্দিয়াৰ বৈৰাৰপাম থিতাতে নিহত হয়

আৰু কণ্টেনাখনৰ চালক গুৰুত্বৰভাৱে আহত হয়
দুৰ্ঘটনাগ্ৰস্থ 1109 মালবাহী ট্ৰাকখনৰ নং AS01Q C 0723

আৰু কণ্টেনাখনৰ নং WB 11 F 2004
উল্লেখযোগ্য যে 1109 মালবাহী ট্ৰাকখন তৰ্মুজ ভৰ্তি লগতে গুৱাহাটী অভিমুখী আছিল
আৰু কণ্টেনাখন ধুবুৰী অভিমুখী আছিল

