July 14, 2024 সোণাৰি চাহ বাগিচাত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ আতংক… Share FacebookTwitterWhatsAppTelegramKooEmail বানৰ সমান্তৰালকৈ কলিয়াবৰত বাঘৰ আতংক। সোণাৰি চাহ বাগিচাত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বিচৰণ। চিত্ৰনলা বাগান এলেকাতো দেখা গৈছে বাঘটো।বাঘটোৱে ভক্ষণ কৰিছে কেইবাটাও পশুধন। আতংকত দিন কটাইছে অঞ্চলটোৰ ৰাইজে। Author: দৈনন্দিন বাৰ্তা Related Articles ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত অসমৰ অংকিতা কোঁৱৰ দৈনন্দিন বাৰ্তা - July 4, 2026 কৰ্মক্ষেত্ৰৰ অত্যধিক মানসিক চাপেই বৃদ্ধি কৰিছে অকাল মৃত্যুঃ প্ৰতিবেদনত উদ্বেগজনক তথ্য দৈনন্দিন বাৰ্তা - July 4, 2026 গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ গ’ল দুই যুৱকৰ দৈনন্দিন বাৰ্তা - July 4, 2026