Breaking

কলা শাখাত অষ্টম স্থান লাভ কৰা নিখিল দাসৰ বাসগৃহত উৎসৱমুখৰ পৰিবেশ

0 1,238

আজি ঘোষিত উচ্চতৰ মাধ্যমমিক কলা শাখাত অষ্টম স্থান লাভ কৰা নিখিল দাসৰ বাসগৃহত এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়।

শতকৰা ৯৫% নম্বৰ লাভ কৰিব সক্ষম হয়।নিম্ন মধ্যবিত্য পৰিয়ালৰ লৰা নিখিল দাসহে ভৱিষ্যতে এগৰাকী সু প্রশাসনিক বিষয়া হোৱাৰ।

উল্লেখযোগ্য যে বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীৰ পৰা অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হয়।

Leave A Reply