Breaking

২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল,কোনকেইটা ৱেবছাইটত পাব ফলাফল?

0 65

গুৱাহাটী : 2৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। কোনকেইটা ৱেবছাইটত পাব ফলাফল?

২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।

২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা।

উল্লেখযোগ্য যে, সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা বাৰ্তা মুখ্যমন্ত্ৰীৰ।এইকেইটা ৱেবছাইটত চাব পাৰিব ফলাফল-

sebaonline.org

resultsassam.nic.in

results.shiksha

assamresult.in

assamresult.co.in

Leave A Reply