কচুৱাৰ জুৰিৰপাৰত পুৱাই বনৰীয়া হাতীৰ মুক্ত বিচৰণ…

কচুৱাৰ জুৰিৰপাৰত পুৱাই বনৰীয়া হাতীৰ মুক্ত বিচৰণ।

পাহাৰৰ পৰা নামি অহা এটা প্ৰকাণ্ড হাতীয়ে জুৰিৰপাৰৰ কেইবাখনো ঠাইত মুক্ত বিচৰণ কৰে।

হাতিটো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত বুজি জানিব পৰা গৈছে।

Related Articles