December 19, 2023 গোলাঘাটৰ বৰপথাৰৰ ওপৰলাংঠা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড… Share FacebookTwitterWhatsAppTelegramKooEmail গোলাঘাটৰ বৰপথাৰত লোমহৰ্ষক হত্যাকাণ্ড৷ ৪ বছৰীয়া সন্তানক ভৰিৰে গচকি গচকি হত্যা পিতৃৰ ৷ বৰপথাৰৰ ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ হত্যা কৰি বাসগৃহৰ চৌহদত মৃতদেহ পোতাৰ চেষ্টা কৰিছিল প্ৰশান্ত হাওৱে৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026