☞ হিমাচলৰ ৰোহটাঙৰ সমীপত এই অটল টানেল।
☞ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে এই সুৰংগটো।
☞ অটল টানেলে মনালীৰ পৰা লেহলৈ ৪৬ কিলোমিটাৰ পথ হ্ৰাস কৰিব।
☞ মনালী-লেহ সংযোগী সুৰংগটো ২৪ ঘন্টায়ে থাকিব খোলা।
☞ সমুদ্ৰপৃষ্ঠৰ পৰা ১০হাজাৰ ফুট উচ্চতাত পঞ্জালক্ষেত্ৰত এই সুৰংগটো নিৰ্মান কৰা হৈছে।
☞ ২০০২ চনত তদানিন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এই সুৰংগৰ আধাৰশীলা স্থাপন কৰিছিল।
☞ সুৰংগ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সুৰংগটো লাডাখত সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত জীৱনৰেখা হিচাপে পৰিগনিত হ’ব।
উদ্বোধন হ’ল বিশ্বৰ সৰ্বদৈৰ্ঘ্য় সুৰংগ

