আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ সৰ্বকালৰ সৰ্বনিম্ন 77.42।সোমবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন ৭৭.৪২ লৈ হ্ৰাস,২০১৯ চনত ৭২ টকা ৪০ পইচালৈ হ্ৰাস।২০১৮ চনত ৭১টকা ৪২ পইচালৈ হ্ৰাস
ৰয়টাৰৰ মতে ফেডাৰেল ৰিজাৰ্ভৰ পৰা অধিক নীতি কঠোৰ হোৱা আৰু ছাংহাইত কঠোৰ লকডাউনৰ আশংকাত হ্ৰাস পাইছে।
সোমবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন ৭৭.৪২ লৈ হ্ৰাস
