কলিয়াবৰ চাহ বাগিচাত আজি এটা ধনেশ পক্ষী উদ্ধাৰ কৰে শিলঘাট বনবিভাগে। আঘাতপ্ৰাপ্ত ধনেশ পক্ষীটোৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে পাণবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে শিলঘাট বন বিভাগে।