মৰমবোৰ এতিয়া ভালপোৱালৈ….

মৰমবোৰে এতিয়া ভালপোৱালৈ গতি কৰিছে। ফাগুন গৰকিবৰ হ’ল। ফাগুনৰ পছোৱাজাকে মনবোৰ উতনুৱা কৰিবৰ দিনবোৰ তেনেই কাষ চাপি আহিছে। কিমান ভালপোৱাৰ বা সাক্ষী হৈ ৰ’ব এই পছোৱাজাক মই অৱশ্যেই নাজানো। কিমানৰ বুকুত বা নতুন প্ৰেমৰ জোৱাৰ তুলিব এই পছোৱাজাকে, তুমিবিহীনতাৰ কিমান বিষাদ বা জাহ যাব এই পছোৱাজাকত…


ফাগুন মানেই যদিওবা প্ৰেম নহয়, তথাপি পছোৱাজাকে দি যাব প্ৰেমৰ বতৰা।

লেখক, সুমধুৰ গগৈ

Related Articles