Breaking

ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ

0 81

ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ।

ছেবাই ঘোষণা কৰিলে এই কথা

২০২৩ চনৰ ৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

এই পৰীক্ষা অনুষ্ঠিত হ’ব ২০ মাৰ্চলৈকে

এইবাৰ নতুন শিক্ষা নীতিৰ আধাৰত হ’ব মেট্ৰিক পৰীক্ষা।

এই কথা ঘোষণা কৰে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।

Leave A Reply