আজি ১০ বজাত ঘোষণা কৰা হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ১০টাকৈ ৱেবছাইটত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল। এই ৱেবছাইটসমূহত ফলাফলৰ লগতে মাৰ্কশ্বিটো ডাউনলোড কৰিব পাৰিব। ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটসমূহ হৈছে-

১. https://sebaonline.org
২. resultsassam.nic.in
৩. www.indiaresults.com
৪. www.results.shiksha
৫. www.assam.shiksha
৬. exametc.com
৭. www.schools9.com
৮. assamresults.in
৯. www.jagranjosh.com
১০. www.vidyavision.com
