Breaking

ৰেডিঅ’ জকীৰ পৰা বিধায়িকা হ’ল সুন্দৰী বেৰিল ভান্নেইছাংগী…

0 85

ৰেডিঅ’ জকীৰ পৰা বিধায়িকা হ’ল বেৰিল,

মিজোৰামৰ সুন্দৰী বিধায়িকাক লৈ তুমুল চৰ্চা,

বিধায়িকাগৰাকীৰ নাম বেৰিল ভান্নেইছাংগী

জেড পি এমৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈ এম এন এফৰ প্ৰাৰ্থীক পৰাস্ত কৰি বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে বেৰিল। আইজল ছাউথ-৩ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বেৰিলে।

২০১৪ চনতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল যুৱতীগৰাকীয়ে। সুন্দৰী বেৰিলৰ মিজো আৰু ইংৰাজী ভাষাত আছে ভাল দখল ।বেৰিল ভান্নেইছাংগীয়ে পাব পাৰে মন্ত্ৰীপদ

Leave A Reply