Breaking

মহানগৰীৰ জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু…

0 100

মহানগৰীৰ জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন।

সদিলাপুৰৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু। ‘Loving Hands Wellness Society’ নামৰ নিচামুক্তি কেন্দ্ৰত এই ঘটনা । মৃত যুৱকজন হাজোৰ ৰাহুল আলী ।

তিনিদিন পূৰ্বে কেন্দ্ৰটোত চিকিৎসাৰ বাবে আহিছিল যুৱকজন।

Leave A Reply