ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা প্ৰকট।সোমবাৰৰ পৰা অনিদিষ্টকাললৈ বন্ধ থাকিব উত্তৰ পূবৰ ৭ টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহন সেৱা।উত্তৰ পূব PACKED LPG ট্ৰেন্সপ’টাৰ এছোচিয়েচনে কেইবাদফীয়া দাবীত ৰূপায়ন কৰিছে ধৰ্মঘট কাৰ্য্যসূচী ।বিভিন্ন অজুহাত দেখুৱাই।

IOCLকৰ্তৃপক্ষই থলুৱাক Transporter সকলক প্ৰবঞ্চনা কৰাৰ প্ৰতিবাদত এই ধৰ্মঘট।বন্ধ থাকিব উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, গোপানাৰী তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, আৰু দুলীয়াজান বটলিং প্লান্টৰ সম্পূৰ্ন পৰিবহন সেৱা ।
বন্ধৰ ফলত বটলিং প্লান্তত আবদ্ধ হৈ পৰিব কেইবা সহস্ৰাধিক অধিক ৰন্ধন গেছ কঢ়িওঁৱা বাহন ।
