Breaking

১০০টকাকৈ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য! নাৰী দিৱসৰ উপলক্ষে এই সিদ্ধান্ত প্ৰধানমন্ত্ৰীৰ…

0 23

১০০টকাকৈ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

নাৰী দিৱসৰ উপলক্ষে এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাই ‘মহিলা দিৱস উপলক্ষে আজি আমি এল পি জি চিলিণ্ডাৰৰ মূল্যত ১০০ টকা ৰেহাইৰ এক ডাঙৰ সিদ্ধান্ত লৈছো। ইয়াৰ ফলত লাখ লাখ পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস পোৱাৰ লগতে নাৰী শক্তিৰ জীৱনো হ্ৰাস পাব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণতো সহায় কৰিব, যাৰ ফলত গোটেই পৰিয়ালটোৰ স্বাস্থ্য উন্নত হ’ব।’

Leave A Reply