July 28, 2024 আজিৰে পৰা দাম বৃদ্ধি পূৰৱী গাখীৰৰ… Share FacebookTwitterWhatsAppTelegramKooEmail দাম বৃদ্ধি হ’ল গাখীৰৰ। পূৰৱী গাখীৰৰ প্ৰতি লিটাৰত ২ টকাকৈ দাম বৃদ্ধি। আজিৰে পৰা বৃদ্ধি পূৰৱী গাখীৰৰ দাম। স্মার্ট প্লাছ গাখীৰৰ প্ৰতি লিটাৰৰ দাম হ’ল ৬৬ টকা। পূৰৱী গোল্ড গাখীৰৰ প্ৰতি লিটাৰৰ দাম হ’ল ৭২ টকা। আনহাতে দাম বৃদ্ধি পালে পনীৰ, দৈ আৰু ঘিউৰ। Author: দৈনন্দিন বাৰ্তা Related Articles বিশ্বৰ শীৰ্ষ ৫% বিজ্ঞানীৰ তালিকাত মঙলদৈৰ ড° প্ৰাঞ্জল কলিতা, দৰং-অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমীয়া মাধ্যমৰ ছাত্ৰই ।SciRank Global Registry 2025 দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰত ভ্ৰমণত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচি, আজি মোদীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক India-Japan Annual Summit in New Delhi: দৈনন্দিন বাৰ্তা - July 2, 2026 জালনোট সৰবৰাহকাৰীৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী! দুদিনত জব্দ প্ৰায় ২৩ লাখ টকাৰ জালনোট, গ্ৰেপ্তাৰ কেইবাজনো সৰবৰাহকাৰী । Guwahati দৈনন্দিন বাৰ্তা - July 2, 2026