Breaking

গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয় লৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰী নেনছি খেতোৱাতে

0 1,320

সদ্য ঘোষিত উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফলে ধুবুৰী জিলা লৈ সুনাম কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে। উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী নেনছি খেতোৱাত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়।ধুবুৰী চহৰৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা তথা প্ৰতিষ্ঠিত ব্যৱসায়ী সন্তোষ কুমাৰ খেতোৱাত আৰু সুনিতা খেতোৱাতৰ কণিষ্ঠ কন্যা নেনছি খেতোৱাত।

বাণিজ্য বিভাগত ENGL ত 95 নম্বৰ ALTE ত 92, ACOU ত 95, BUST ত 92, BMST 99, ECON 59 অৰ্থাৎ সৰ্বমুঠ 473 নম্বৰ লাভ কৰি চতুৰ্থস্থান লাভ কৰে ছাত্ৰী গৰাকীয়ে৷

প্ৰেৰক গৌৰীপুৰৰ পৰা ছামচুল হক

Leave A Reply