August 12, 2024 বৰষুণৰ আগজাননী! চাৰিখন জিলালৈ হাই এলাৰ্ট জাৰি… Share FacebookTwitterWhatsAppTelegramKooEmail বৰষুণৰ আগজাননী! চাৰিখন জিলালৈ হাই এলাৰ্ট জাৰি। ৰাজস্থানৰ চাৰিখন জিলাত হাই এলাৰ্ট জাৰি। ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হোৱা প্ৰচণ্ড বৰষুণত বৰ্তমান সময়লৈকে ১৯ জন লোকৰ প্ৰাণহানি। গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ। Author: দৈনন্দিন বাৰ্তা Related Articles ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা দৈনন্দিন বাৰ্তা - March 11, 2026 যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ’ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত । Gaurav Gogoi দৈনন্দিন বাৰ্তা - March 11, 2026