দেশত COVID19ৰ পৰা আৰােগ্যৰ হাৰ ৯৬.৯-৯ শতাংশলৈ বৃদ্ধি

দেশত COVID19ৰ পৰা আৰােগ্যৰ হাৰ ৯৬ দশমিক ৯-৯ শতাংশলৈ বৃদ্ধি পাইছে। MoHFW INDIAৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ১৩ হাজাৰতকৈও অধিক কোৱিড ৰােগী সুস্থ হৈ উঠে। ইয়াকে লৈ দেশত বর্তমানলৈ সুস্থ হৈ উঠা ৰােগীৰ সংখ্যাই ১ কোটি ৪ লাখ ২৩ হাজাৰ ১২৫লৈ বৃদ্ধি হৈছে।

Related Articles