Breaking

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ! শীর্ষ স্থানত যোৰহাটৰ অনুৰাগ দলৈ…

0 69


ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শীর্ষ ৫টা স্থানত উত্তীর্ণ –
প্রথম স্থানত যোৰহাটৰ অনুৰাগ দলৈ

দ্বিতীয় স্থানত বিশ্বনাথৰ ঝর্ণা শইকীয়া

তৃতীয় স্থানত মাজুলীৰ মানসপ্ৰতিম শইকীয়া

চতুৰ্থ স্থানত বৰপেটাৰ বেদান্ত চৌধুৰী

পঞ্চম স্থানত নগাঁৱৰ দেৱাশ্ৰী কাশ্যপ

Leave A Reply